মানসিক চাপ আৰু যত্ন

প্ৰাঞ্জল প্ৰতীম বৰা "Stress is our daily bread " .......Stress বা মানসিক চাপ হল এটা স্বাভাৱিক শাৰীৰিক আৰু মানসিক প্ৰক্ৰিয়া যি নিৰ্ভৰ কৰে আমাৰ জীৱনৰ experience সমূহৰ ওপৰত। ব্যস্ত পৃথিৱীখনত কিবা এটা কৰি জীয়াই থাকিব খোজোতেই আমি টান খাই…

কমলাৰে সৌন্দৰ্য্য চৰ্চা 

গীতাশ্ৰী গগৈ হাতীবৰুৱা যিহেতুকে এতিয়া কমলাৰ বতৰ। এই বতৰৰ ফল কমলা আমি খোৱাৰ উপৰিও আমাৰ সৌন্দৰ্য্য চৰ্চাটো ব্যৱহাৰ হৈ আহিছে। এই ফলৰ বাকলি গোটেই বছৰটোৰ কাৰণে সংৰক্ষণ কৰি থব পাৰি আৰু প্ৰয়োজনত তাক ব্যৱহাৰ কৰিলেই হ'ল। প্ৰথমে কমলাৰ বাকলি খিনি…

অসমীয়া নাটক– প্ৰাচীন অথবা আধুনিক-৬

নিজৰা ৰাজকুমাৰী  লুইতেদি বয় ক'ৰে ৰূপৰ পানী       কি কথা বুকুতে লই মনৰে কথা মোৰ মনত মৰহিলে তেজীমলাহে মই — দূৰৈৰ পৰা উটি আহে এই বনগীত। লহৰজান মৌজাৰ ফুলগুৰি গাওঁ। সময়-সন্ধিয়াৰ আগভাগ।— এই পৰিৱেশ ৰচনা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ নাটক লভিতাৰ।…

বায়’মিমিক্রী

পল্লৱী শইকীয়া প্ৰকৃতি হৈছে মানুহৰ প্ৰাণস্পন্দন, যি নেকি সঞ্জীৱনী সুধা হৈ আমাৰ জীৱন গতিময় কৰি তোলে । সৃষ্টিৰ প্ৰথম বীজ অংকুৰিত হৈছে এই প্ৰকৃতিৰ কোলাতে। প্ৰকৃতি অবিহনে কোনো জীৱৰে অস্তিত্ব কল্পনা কৰিব নোৱাৰি। প্ৰতিপল প্ৰকৃতিয়ে আমাক "আমি" হৈ…

নিদ্ৰাহীনতা : কাৰণ আৰু দূৰ কৰা উপায়

ৰাজীৱ কাশ্যপ নিদ্ৰাহীনতা বৰ্তমান সময়ত বেছিকৈ দেখা পোৱা এক সমস্যা যাৰ দ্বাৰা শৰীৰ আৰু মন দুয়োটা প্ৰভাৱিত হয়।বহুত চেষ্টা কৰিও নিশা টোপনি যাব নোৱাৰা বা সোনকালে টোপনি ভাঙি যোৱা আৰু তাৰ পিছত আৰু টোপনি নধৰা এইবোৰে নিদ্ৰাহীনতা ৰ লক্ষণ।আধুনিক জীৱন…

যন্ত্ৰণা

মণি গোস্বামী বাগৰ সলাওঁতে ৰঞ্জুৰ বুকু ভেদি অস্ফুট গেঙনি এটা ওলাই আহিল। আওপুৰনি চালপিৰাখনেও সমানে   কেৰ্‌মেৰাই উঠিল।।মদাহী ভায়েকটোৱে সেইসোপা গিলি  আহি ফলা বাহঁচটাৰে তাইৰ পিঠিত বাবৰি ফুল বাঁচিলে।উহ! কি যন্ত্ৰনা।টিনৰ চালিখনৰ মাটিলেপা সৰু …

কঁকালৰ বিষ আৰু আয়ুৰ্বেদ

ডাঃ ৰীমা ভট্টাচাৰ্য্য (এম.ডি.) আয়ুৰ্বেদ মেডিচিন বিশেষজ্ঞ ও চিকিৎসা বিষয়া , নগাঁও ৰাতিপুৱা শোৱাৰ পৰা উঠি কঁকাল খন গোট মাৰি ধৰা, সম্পূৰ্ণ কৈ আগলৈ হালিব নোৱাৰা, খোজ কাঢ়িলে বা চিৰি বগালে অথবা ব্যায়াম কৰিলে বিষ উৎপন্ন হোৱা, কামৰ মাজতে কঁকাল…

গ্রেভ ৰবিং

পুষ্পাঞ্জলি শিৱমশর্মা প্রাচীন মিছৰত প্রায় ১৩০০ খ্রীষ্টপূর্বৰ সময়ছোৱাত দেশৰ আটাইতকৈ গৌৰৱশালী বুলি পৰিচিত আৰু বিশ্ব প্রসিদ্ধ পিৰামিডবোৰৰ আক্রমণ এক উল্লেখযোগ্য সমস্যা হিচাপে দেখা দিছিল৷ এই আক্রমণৰ মুখ্য উদ্দেশ্য আছিল কবৰ লুট কৰা যাক গ্রেভ…

জীৱনশৈলীজনিত ৰোগ আৰু আয়ুৰ্বেদিক চিকিৎসা বিজ্ঞান

ডাঃ নিতুল বৈশ্য অসমীয়াত এষাৰ কথা আছে - "স্বাস্থ্যই পৰম ধন।" জিম ৰ'ণে - "Take care of your body. It’s the only place you have to live." বুলি কোৱাৰ দৰে শ্ৰীশ্ৰী ৰৱিশংকৰেও কৈছে যে আপোনাৰ শৰীৰটোৱেই আপোনাৰ প্ৰকৃত বন্ধু, যাৰ লগত আপুনি চিৰদিনে…

শেষ প্ৰহৰৰ ৰং

গায়ত্ৰী প্ৰান্তিক শৰ্মা "তোমাক স্পৰ্শ কৰা পুৰুষ মোৰ শত্ৰু" শুবলৈ বুলি আঁঠুৱাখন খোঁচোতেই হঠাৎ মোবাইলত অহা মেছেজটোত ৰৈ গ'লো মই। তেনেকৈয়ে অলপসময় মেছেজটো চাই লাহেকৈ ডাটা অফ কৰি গাৰুত মূৰ ৰাখিলো। মই জানো ডাটা অফ কৰাৰে পৰা এতিয়ালৈকে এই পাঁচ…