ককাদেউতা আৰু নাতিল'ৰা
অৱয়ব
ককাদেউতা আৰু নাতিল'ৰা (ইংৰাজী: Kokadeuta Aru Natilora) হৈছে অসমীয়া ভাষাত ৰচিত শিশু উপযোগী সাধুৰ এক সংকলন। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া লোকসমাজত প্ৰচলিত এই সাধুবোৰ সংগ্ৰহ কৰি একত্ৰ কৰিছিল।
উদ্ধৃতিসমূহ
- পৰলৈ দুখ কৰা কোনো সকাম নাই। **কুৰুৱা চৰাই (কুৰুৱা চৰাই আৰু বামুণৰ সাধু)[১]
- কাঠচিতীয়া যমে আমাক ইমান জীয়া জুই দিলে, তাক নো পুৱা-গধূলি সদায় ঘেটুকালি থাকিলে সি কেনে পায়
- বামুণ (কুৰুৱা চৰাই আৰু বামুণৰ সাদু)[১]
উৎস
- ↑ ১.০ ১.১ কুৰুৱা চৰাই আৰু বামুণৰ সাধু. প্ৰকাশক: অসমীয়া ৱিকিউৎস. আহৰণ কৰা হৈছে: এপ্ৰিল 1, 2024.