সমললৈ যাওক

ইউক্ৰেনীয় ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰিণ্ট কৰাযোগ্য সংস্কৰণ এতিয়া আৰু সমৰ্থিত নহয় আৰু ৰেণ্ডাৰিং ত্ৰুটি থাকিব পাৰে। অনুগ্ৰহ কৰি আপোনাৰ ব্ৰাউজাৰৰ বুকমাৰ্কসমূহ আপডেট কৰক আৰু অনুগ্ৰহ কৰি ইয়াৰ পৰিৱৰ্তে ডিফ'ল্ট ব্ৰাউজাৰ প্ৰিণ্ট ফাংশ্যন ব্যৱহাৰ কৰক।
Favicon of Wikipedia ইউক্ৰেনীয় ৱিকিপিডিয়া
Type of site
ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
Available in ইউক্ৰেনীয়
Owner ৱিকিমিডিয়া ফাউণ্ডেশ্যন
URL uk.wikipedia.org
Commercial নহয়
Registration বৈকল্পিক

ইউক্ৰেনীয় ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ইউক্ৰেনীয় সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১৩,৫৫,৪৬৪ টা প্ৰবন্ধ আছে।

পৰিসংখ্যা

Growth in the number of Ukrainian Wikipedia articles

২০২৪ চনত ইউক্ৰেনীয় ৱিকিপিডিয়াৰ ১৩,৫৫,৪৬৪টা প্ৰবন্ধ, ৭,৭৭,০০০ গৰাকী সম্পাদক, ৪৮ গৰাকী প্ৰশাসক আৰু ১,১৫,৩৬৭টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৪,৩৯,৮৪,৪৫৯।[1]

বাহ্যিক সংযোগ

ইউক্ৰেনীয় ৱিকিপিডিয়া

তথ্য সংগ্ৰহ