বঙালী ৱিকিপিডিয়া
অৱয়ব
Type of site |
ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প |
---|---|
Available in | বঙালী |
Owner | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
URL | bn |
Commercial | নহয় |
Registration | বৈকল্পিক |
Users | ৪,৭৬,৪১১ |
Current status | সক্ৰিয় |
বঙালী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ বঙালী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১,৬০,৪৯৪টা প্ৰবন্ধ আছে।
ইতিহাস
[সম্পাদনা কৰক]২০০৪ চনৰ ২৭ জানুৱাৰীত বঙালী ৱিকিপিডিয়া জন্মলাভ কৰে।[1][2] ২০০৬ চনৰ অক্টোবৰত বঙালী ৱিকিপিডিয়া প্ৰথম দক্ষিণ এছিয় ৱিকিপিডিয়া হিসাবে ১০,০০০ প্ৰবন্ধ অতিক্ৰম কৰে।[3] ২০১১ চনৰ ৩ অক্টোবৰত উইকিমিডিয়া বাংলাদেশ গঠন কৰা হয়। ২০১৭ চনত ৱিকিপিডিয়াৰ প্ৰবন্ধ সংখ্যা ৫০,০০০টা হয় আৰু ২০২০ চনত ৮০,০০০ অতিক্ৰম কৰে।
পৰিসংখ্যা
[সম্পাদনা কৰক]বঙালী ৱিকিপিডিয়াত বৰ্তমান ১,৬০,৪৯৪টা প্ৰবন্ধ, ৪,৭৬,০০০জন সম্পাদক, ১৪জন প্ৰশাসক আৰু ১৯,৫২১টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৭৭,৭৩,৬৫২।[4]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "একনজৰে বাংলা উইকিপিডিয়া". কালেৰ কণ্ঠ. http://www.kalerkantho.com/online/techbishwa/2017/02/25/467581। আহৰণ কৰা হৈছে: 2018-09-11.
- ↑ "১৪ বছৰে বাংলা উইকিপিডিয়া". কালেৰ কণ্ঠ. http://www.kalerkantho.com/print-edition/tech-everyday/2018/01/28/595065.
- ↑ "যুগ পেৰিয়ে বাংলা উইকিপিডিয়া". কালেৰ কণ্ঠ. http://www.kalerkantho.com/online/techbishwa/2017/02/25/467571। আহৰণ কৰা হৈছে: 2018-09-11.
- ↑ পৰিসংখ্যা
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত বঙালী ৱিকিপিডিয়া সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|