জয়শ্ৰী গোস্বামী মহন্ত
অৱয়ব
জয়শ্ৰী গোস্বামী মহন্ত | |
---|---|
ৰাজ্য সভাৰ সাংসদ | |
কাৰ্যকাল ১৯৯১-২০০২ | |
সমষ্টি | অসম |
ব্যক্তিগত তথ্য | |
জন্ম | ১ জানুৱাৰী, ১৯৬০ (৬৪ বছৰ) |
ৰাজনৈতিক দল | অসম গণ পৰিষদ |
দাম্পত্যসঙ্গী | প্ৰফুল্ল কুমাৰ মহন্ত |
পুৰস্কাৰ | পদ্মশ্ৰী, ২০১৮ অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা, ২০১৯ |
জয়শ্ৰী গোস্বামী মহন্ত এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী তথা সাহিত্যিক। তেওঁ উচ্চ সদন ৰাজ্য সভাত অসমক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ অসম গণ পৰিষদৰ সদস্য আৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নী।[1][2][3] তেওঁ অসমীয়া সাহিত্যৰ এগৰাকী লেখিকা তথা শিক্ষাবিদ হিচাপে জনাজাত। ২০১৮ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[4][5] ২০১৯ চনত তেখেতে 'চাণক্য' নামৰ উপন্যাসখনৰ বাবে অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে।[6]
গ্ৰন্থৰাজি
[সম্পাদনা কৰক]
|
|
|
|
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "RAJYA SABHA MEMBERS BIOGRAPHICAL SKETCHES 1952 - 2003". Rajya Sabha. http://rajyasabha.nic.in/rsnew/pre_member/1952_2003/m.pdf। আহৰণ কৰা হৈছে: 30 November 2017.
- ↑ "Women Members of Rajya Sabha". Rajya Sabha. http://rajyasabha.nic.in/rsnew/publication_electronic/Women_Members_Rajya%20Sabha.pdf। আহৰণ কৰা হৈছে: 30 November 2017.
- ↑ Parliamentary Debates: Official Report. 2000. পৃষ্ঠা. 325. https://books.google.com/books?id=WNGHvQz6-j4C। আহৰণ কৰা হৈছে: 30 November 2017.
- ↑ "Padma awards 2018 announced, MS Dhoni, Sharda Sinha among 85 recipients: Here’s complete list". India TV. 25 January 2018. https://www.indiatvnews.com/news/india-padma-awards-2018-announced-ms-dhoni-sharda-sinha-among-85-recipients-here-s-complete-list-424273। আহৰণ কৰা হৈছে: 26 January 2018.
- ↑ "Padma Shri honour for nine achievers from northeast". Gaurav Das. The Times of India. 28 January 2018. https://timesofindia.indiatimes.com/city/guwahati/padma-shri-honour-for-nine-achievers-from-northeast/articleshow/62679552.cms। আহৰণ কৰা হৈছে: 30 January 2018.
- ↑ শইকীয়া, কল্পজ্যোতি (১৮ ডিচেম্বৰ ২০১৯). "জয়শ্ৰী গোস্বামী মহন্ত আৰু ফুকন চন্দ্ৰ বসুমতাৰীলৈ সাহিত্য অকাডেমী বঁটা". নৰ্থ-ইষ্ট নাও. https://assam.nenow.in/sahitya-academy-award-to-assam-writer-joyshree-goswami-and-phukan-ch-basumatary/। আহৰণ কৰা হৈছে: ১৯ ডিচেম্বৰ ২০১৯.
- ↑ "জয়শ্ৰী গোস্বামীৰ পাঁচখন গ্ৰন্থ উন্মোচন". জনমভূমি. December 24, 2016. https://janambhumi.in/VGxSRk5FMVJQVDA9/%E0%A6%A10-%E0%A6%9C%E0%A7%9F%E0%A6%B6%E0%A7%8D%E0%A6%B0%E0%A7%80-%E0%A6%97%E0%A7%8B%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%AE%E0%A7%80%E0%A7%B0-%E0%A6%AA%E0%A6%BE%E0%A6%81%E0%A6%9A%E0%A6%96%E0%A6%A8-%E0%A6%97%E0%A7%8D%E0%A6%B0%E0%A6%A8%E0%A7%8D%E0%A6%A5-%E0%A6%89%E0%A6%A8%E0%A7%8D%E0%A6%AE%E0%A7%8B%E0%A6%9A%E0%A6%A8.html। আহৰণ কৰা হৈছে: 06-06-2022.[সংযোগবিহীন উৎস]
|