সমৰ হাজৰিকা
অৱয়ব
সমৰ হাজৰিকা | |
---|---|
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | কণ্ঠশিল্পী |
উল্লেখযোগ্য কৰ্ম | বোৱাৰী |
পিতৃ-মাতৃ | নীলকান্ত হাজৰিকা শান্তিপ্ৰিয়া হাজৰিকা |
সন্তান | ডাৱৰ কুঁৱলী |
আত্মীয়-স্বজন | ভূপেন হাজৰিকা (জ্যেষ্ঠ ভাতৃ) জয়ন্ত হাজৰিকা (জ্যেষ্ঠ ভাতৃ) |
সমৰ হাজৰিকা (ইংৰাজী: Samar Hazarika) অসমৰ এজন কণ্ঠশিল্পী। প্ৰথিতযশা সংগীত শিল্পী ভূপেন হাজৰিকাৰ তেওঁ কনিষ্ঠ ভাতৃ। অনাতাঁৰ কেন্দ্ৰ আৰু এলবামৰ বাবে গীত গোৱাৰ উপৰিও তেওঁ বহু কেইখন অসমীয়া চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীও আছিল।[1]
১৯৬০ চনত সমৰ হাজৰিকাই সংগীত জীৱন আৰম্ভ কৰিছিল আৰু ১৯৬৮ চনত তেওঁৰ প্ৰথম এলবাম "উত্তৰ কোঁৱৰ প্ৰতিমা বৰুৱা দেৱী" মুক্তি পাইছিল।
কণ্ঠদান কৰা চলচ্চিত্ৰ
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "সোণালী গীত". ডি ডি অসম. https://www.youtube.com/watch?v=_rlS-YGkIkI। আহৰণ কৰা হৈছে: 8 May 2023.
- ↑ বাবুল দাস (১৯৮৫). অসমীয়া বোলছবিৰ গীতৰ সংকলন. বাণী মন্দিৰ, ডিব্ৰুগড়.
- ↑ Das Arunlochan (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃষ্ঠা. 379.