সমললৈ যাওক

১৭ জুন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
1 নং শাৰী: 1 নং শাৰী:
{{Time stub}}
{{Time stub}}
{{আজিৰ দিনটো|17|06|168}} [[বুৰঞ্জী]]ৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -

'''১৭ জুন''' গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰৰ ১৬৮ তম ([[অধিবৰ্ষ]]ত ১৬৯ তম) [[দিন]]। [[বুৰঞ্জী]]ৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -


(১) আজিৰ দিনটোতে অসমৰ প্ৰথম বোলছবি নিৰ্মাতা ৰূপকোঁৱৰ [[জ্যোতিপ্ৰসাদ আগৰৱালা]]ৰ জন্ম হয় (১৯০৩ চন)।
(১) আজিৰ দিনটোতে অসমৰ প্ৰথম বোলছবি নিৰ্মাতা ৰূপকোঁৱৰ [[জ্যোতিপ্ৰসাদ আগৰৱালা]]ৰ জন্ম হয় (১৯০৩ চন)।

11:51, 20 July 2019ৰ সংস্কৰণ


১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

১৭ জুন (ইংৰাজী: 17 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬৮তম (অধিবৰ্ষত ১৬৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৯৭টা দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -

(১) আজিৰ দিনটোতে অসমৰ প্ৰথম বোলছবি নিৰ্মাতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হয় (১৯০৩ চন)।

(২) উৰিষ্যাৰ বিশিষ্ট জাতীয়তাবাদী নেতা গোপবন্ধু দাসৰ মৃত্যু হয় ১৯২৮ চনৰ আজিৰ দিনটোত।

(৩) ১৯৯১ চনত ভাৰতৰ প্ৰথম উপ-প্ৰধান মন্ত্ৰী ]]চৰ্দাৰ বল্লভভাই পেটেল]] আৰু ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীলৈ মৰণোত্তৰ ভাৱে ভাৰতৰত্ন প্ৰদানৰ সিদ্ধান্ত ঘোষোণা কৰা হয়।

(৪) চীন চৰকাৰৰ দ্বাৰা প্ৰথমটো হাইড্ৰ’জেন বোমাৰ বিস্ফোৰণ কৰা হৈছিল ১৯৬৭ বৰ্ষৰ আজিৰ দিনটোতে ৷

(৫) ভাৰতৰ প্ৰাক্তন গৱৰ্ণৰ জেনেৰেল লৰ্ড কেনিঙৰ ইংলেণ্ডত মৃত্যু হয় ১৮৬২ আজিৰ দিনটোতে।

(৬) ১১২৮ চনৰ আজিৰ দিনটোত কাউণ্ট পঞ্চম জিঅ’ফ্ৰেৰ ইংলেণ্ডৰ ৰজা প্ৰথম হেনৰীৰ কন্যা মাটিলডাল সৈতে বিবাহ।

(৭) আইচলেণ্ডৰ ৰাষ্ট্ৰীয় দিৱস।


বাহ্যিক সংযোগ