১৮ অক্টোবৰ
অৱয়ব
অক্টোবৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ||
৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ |
১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ |
২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ |
২৭ | ২৮ | ২৯ | ৩০ | ৩১ | ||
২০২৪ |
১৮ অক্টোবৰ (ইংৰাজী: 18 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৯১তম (অধিবৰ্ষত ২৯২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৭৪টা দিন বাকী থাকে।
ঘটনাৱলী
[সম্পাদনা কৰক]জন্ম
[সম্পাদনা কৰক]- ১৯২৫ - ইলা মিত্ৰ, ভাৰতীয় উপমহাদেশৰ বিশেষকৈ পূব বংগ (বৰ্তমান বাংলাদেশ) -ৰ সাম্যবাদী আৰু কৃষক সংগ্ৰামী নেতা৷
- ১৯৬৫ - জাকিৰ আব্দুল কৰিম নাইক, ভাৰতীয় ইছলামিক চিন্তাবিদ, ধৰ্ম প্ৰচাৰক, বক্তা আৰু লেখক।
- ১৯৭৭ - জ্যোতিকা সাৰাৱানন, ভাৰতীয় অভিনেত্ৰী।
- ১৯৮৪ - ফ্ৰিডা ছেলেনা পিণ্টো, ভাৰতীয় অভিনেত্ৰী।
- ১৯৯৯ - অস্মিতা চলিহা, ভাৰতীয় বেডমিণ্টন খেলুৱৈ।
মৃত্যু
[সম্পাদনা কৰক]- ১৮৭১ - চাৰ্লছ বাবেজ, ইংৰাজ গণিতজ্ঞ, আৰু অভিযন্তা। তেখেতে মেকানিকেল কম্পিউটাৰ আবিস্কাৰ কৰিছিল।
- ১৯৩১ - টমাছ আলভা এডিচন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী উদ্ভাৱক আৰু ব্যৱসায়ী।
- ২০১৩ - ৰাভুৰি ভৰদ্বাজ, তেলুগু ঔপন্যাসিক, চুটিগল্প লেখক, কবি আৰু সমালোচক।
দিৱস
[সম্পাদনা কৰক]- স্বাধীনতা দিৱস (আজেৰবাইজান)।
- বিশ্ব ৰজোনিবৃত্তি দিৱস।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত ১৮ অক্টোবৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|