৮ মে'
অৱয়ব
মে' | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ | |
২০২৪ |
৮ মে' (ইংৰাজী: 8 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২৩তম (অধিবৰ্ষত ১২৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৪২টা দিন বাকী থাকে।
ঘটনাৱলী
[সম্পাদনা কৰক]- ১৯৪৫ - মিত্ৰশক্তিৰ ওচৰত জাৰ্মনীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল।
- ১৯৯৬ - দক্ষিণ আফ্ৰিকাত বৰ্ণ-বৈষম্যহীন সংবিধান প্ৰৱৰ্তন কৰা হয়।
জন্ম
[সম্পাদনা কৰক]- ১৮২৮ - হেনৰী ডুনাণ্ট, ৰেড ক্ৰছৰ জন্মদাতা।
- ১৯১৬ - ৰমানন্দ সেনগুপ্তা, ভাৰতীয় চলচ্চিত্ৰ কৰ্মী।
- ১৯২৯ - গিৰিজা দেৱী, ভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্পী।
- ১৯৩০ - গেৰী স্নাইডাৰ, আমেৰিকান কবি, প্ৰবন্ধকাৰ, বক্তা, আৰু পৰিবেশ কৰ্মী।
- ১৯৫০ - পূৰবী বৰমুদৈ, অসমৰ সাহিত্যিক।
- ১৯৬৫ - শ্বাইনী আব্ৰাহাম, ভাৰতীয় খেলুৱৈ।
- ১৯৮৮ - পি. আৰ. শ্ৰীজেশ, ভাৰতীয় পেছাদাৰী ফিল্ড হকী খেলুৱৈ।
মৃত্যু
[সম্পাদনা কৰক]- ১৭৯৪ - এণ্টোইন লৰেণ্ট লেভয়ছিয়াৰ, ফৰাচী বিজ্ঞানী।
- ১৯৩৮ - কালিচৰণ ব্ৰহ্ম, ভাৰতীয় সমাজ আৰু ধৰ্মীয় সংস্কাৰক।
- ১৯৯৭ - বিজয় চন্দ্ৰ ভাগৱতী, ভাৰতীয় ৰাজনীতিক।
দিৱস
[সম্পাদনা কৰক]- বিশ্ব ৰেডক্ৰছ দিৱস।
|